KALIABOR || We Want ST, No ST No Rest শ্ল’গানে মুখৰিত সাংস্কৃতিক শোভাযাত্রা ।

যোৱা ১৫-১১-২০২৫ তাৰিখ (শনিবাৰ) অসম চাহ মজদুৰ সংঘ, নগাঁও শাখাৰ উদ্যোগত, সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা) নগাঁও জিলা আৰু অসম চাহ জনজাতি ছাত্র সন্থা (আৰ্টছা) নগাঁও জিলা ,আদিবাসী জানি শক্তি সংগতি, নগাঁও জিলা, কলিয়াবৰ সচেতন নাগৰিক মঞ্চ, বীৰ বিৰছা মুণ্ডা ৰাষ্ট্ৰীয় উদ্যান নির্মাণ সমিতি আৰু মিছা, কেলিডেন, হাতীগাঁও চাহ বাগিচা ও সমূহ ৰাইজৰ সহযোগত ১৫০সংখ্যক ৰাষ্ট্রীয় শ্বহীদ বীৰ বীৰছা মুণ্ডা জন্ম জয়ন্তী উদযাপন কৰিছে আৰু সাংস্কৃতিক শোভাযাত্রা ।

স্থানঃ ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডা উদ্যান, মিছা, নগাঁও, অসম ।

✅ We Want ST, No ST No Rest শ্ল’গানে মুখৰিত সাংস্কৃতিক শোভাযাত্রা ।

✅ কলিয়াবৰ মিছাত বীৰ বিৰছা মুণ্ডা জন্ম জয়ন্তী |

✅ ১৫০সংখ্যক বীৰ বিৰছা মুণ্ডা জন্ম জয়ন্তী |

✅ চাহ জগোষ্ঠীসকলৰ আৰু আদিবাসী সকলৰ শোভাযাত্ৰাত Land Patta আৰু Wage 551 ৰ দাবী ।✅ কলিয়াবৰৰ মিছাত আছা-আচ্ছাৰ ঐক্যবদ্ধ অনুষ্ঠান ✅ We Want ST আৰু Land Pattaৰ জোৰদাৰ দাবী ।

✅ No ST No Rest শ্ল’গানে দাঙি ধৰিলে আদিবাসী ৰাইজ ১৫ নৱেম্বৰত মিছাত বীৰ বিৰছা মুণ্ডা জন্ম জয়ন্তী | ✅ বীৰ বিৰছা মুণ্ডা উদ্যানত ৰঙীন শোভাযাত্রা | ✅ Wage 551 আৰু ST Statusৰ দাবীত জোৰদাৰ প্ৰতিধ্বনি ।✅ We Want ST–Land Patta–Wage 551 দাবীৰ মাজেৰে উদযাপন বীৰ বিৰছা মুণ্ডা জন্ম জয়ন্তী ।✅ আছা–আৰ্টছা–চাহ মজদুৰ সংঘৰ ঐক্যবদ্ধ শোভাযাত্ৰা | ✅ No ST No Rest আৰু জমি পট্টা দাবীত ৰাইজৰ মিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *