“বিশ্ব মীন দিৱস ২০২৫: ৰহা মীন মহাবিদ্যালয়ত ৰাজ্যিক উৎসৱ | ICAR, CIFRI, AFDC & NFDB ৰ সহযোগত”
যোৱা ইং ২১ নৱেম্বৰ, ২০২৫ তাৰিখে মীন সঞ্চালকালয়,অসম আৰু ৰহা মীন মহাবিদ্যালয়ৰ যৌথ উদ্যোগত আৰু ICAR, CIFRI, AFDC Ltd. আৰু NFDB ৰ সহযোগত ৰহা মীন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত “বিশ্ব মীন দিৱস” ২০২৫ ৰাজ্যিক ভিত্তিত আড়ম্বৰপূৰ্ণ অনুষ্ঠিত কৰে।অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম চৰকাৰৰ লোকনিৰ্মান, মীন, পশু চিকিৎসা আৰু পশুপালন আদি বিভাগৰ সন্মানীয় মন্ত্ৰী…
KALIABOR || We Want ST, No ST No Rest শ্ল’গানে মুখৰিত সাংস্কৃতিক শোভাযাত্রা ।
যোৱা ১৫-১১-২০২৫ তাৰিখ (শনিবাৰ) অসম চাহ মজদুৰ সংঘ, নগাঁও শাখাৰ উদ্যোগত, সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা) নগাঁও জিলা আৰু অসম চাহ জনজাতি ছাত্র সন্থা (আৰ্টছা) নগাঁও জিলা ,আদিবাসী জানি শক্তি সংগতি, নগাঁও জিলা, কলিয়াবৰ সচেতন নাগৰিক মঞ্চ, বীৰ বিৰছা মুণ্ডা ৰাষ্ট্ৰীয় উদ্যান নির্মাণ সমিতি আৰু মিছা, কেলিডেন, হাতীগাঁও চাহ বাগিচা ও সমূহ ৰাইজৰ সহযোগত…
কালীাবৰ RC-EMEx-2025: বানপানী মক ড্ৰিল আৰু প্ৰমাণপত্ৰ বিতৰণ
নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (DDMA,Nagaon), কলিয়াবৰ ৰাজহ চক্ৰ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-ৰ সহযোগত আয়োজিত RC-EMEx-2025 মক ড্ৰিলৰ তৃতীয় দিনটো ইং ১৯ নৱেম্বৰ ২০২৫ তাৰিখে সফলতাৰে সম্পন্ন হয়। উক্ত দিনা চটিয়াল গাঁৱৰ ব্ৰিজ চাইড, চটিয়াল পেট্ৰ’ল পাম্পৰ সমীপত, হাতীমুৰা মথাউৰি ভঙাৰ ফলত চটিয়াল গাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত হোৱা এক প্ৰবল বানপানীৰ…
KALIABOR || অসম চাহ জনগোষ্ঠী সাহিত্য সভা, নগাঁও জিলা সমিতি প্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি ।
অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু কলিয়াবৰ শাখা সমিতিৰ ব্যৱস্থাপনাত আজি ইং ২৩|০৯|২০২৫ তাৰিখ মঙ্গল বাৰে চিকনি বৰহোলা প্ৰাথমিক বিদ্যালয়ত আমাৰ হিয়াৰ আমঠু,শব্দ আৰু সুৰৰ সম্ৰাট,লাখ লাখ জনতাৰ নয়নমণি,আমাৰ সকলোৰে মৰমৰ আৰ শ্ৰদ্ধাৰ,অসমৰ সংগীত জগতৰ ভোটা তৰা,অসম আৰু অসমীয়াৰ আৱেগ প্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। জিলা সমিতিৰ সম্পাদক টোলন…
চাহ জনগোষ্ঠীৰ কবিতা সংকলন প্ৰকাশৰ প্ৰস্তুতি |
সুচনা – চাহ জনগোষ্ঠীৰ কবিতা সংকলন প্ৰকাশৰ প্ৰস্তুতি ।অসম সাহিত্য সভাৰ চাহ জনগোষ্ঠী ভাষা-সাহিত্য-সংস্কৃতি বিকাশ উপ-সমিতিৰ উদ্যোগত, চাহ জনগোষ্ঠীৰ নবীন-প্ৰবীণ কবিসকলৰ কবিতা সংকলন প্ৰকাশৰ বাবে প্ৰস্তুতি চলি আছে। চাহ জনগোষ্ঠীৰ ১৯৪৭ চনৰ আগৰ পৰা বৰ্তমান সময়লৈ বাচি থকা জীৱন্ত আৰু নতুন প্ৰজন্মৰ সকলো কবি বন্ধুসকলক উক্ত সংকলনত অংশ ল’বলৈ বিনম্ৰ আহ্বান জনোৱা হৈছে। ✍ আপোনাৰ…
ৰুপজ্যোতি কুৰ্মিৰ জন্মদিন উপলক্ষে অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ উদযাপন, সামাজিক মাধ্যমত শুভেচ্ছাৰ বন্যা
24th JULY 2025 || অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ পক্ষৰ পৰা জনপ্ৰিয় নেতা ৰুপজ্যোতি কুৰ্মিৰ জন্মদিন উদযাপন কৰা হৈছে। উপলক্ষ্যত বহু অনুৰাগীয়ে সামাজিক মাধ্যমত শুভেচ্ছা জ্ঞাপন কৰিছে। অনুষ্ঠানত বিভিন্ন চাহ বাগিচাৰ কামকৰোঁতা আৰু ছাত্ৰ-ছাত্ৰীয়েও যোগদান কৰিছিল। জনসাধাৰণে আশা প্ৰকাশ কৰিছে, আগন্তুক দিনবোৰত ৰুপজ্যোতি কুৰ্মিয়ে অসমৰ উন্নয়ন, শিক্ষাৰ ক্ষেত্ৰত আৰু চাহ জনগোষ্ঠীৰ অধিকাৰৰ সুৰক্ষাৰ বাবে আগবাঢ়ি…

