NOTICE : The Government of Assam has declared 13th November 2024 as a Paid Holiday in all factories, plantations (including tea plantations), shops, commercial establishments, Establishment of Amusements, banks, Contractors Establishment and other industries within the following Assembly Constituencies:
1. Dholai (SC)
2. Sidli (ST)
3. Bongaigaon
4. Behali
5. Samaguri
জাননী : অসম চৰকাৰে তলত উল্লেখ কৰা বিধানসভা সমষ্টিৰ ভিতৰত থকা সকলো কাৰখানা, বাগিচা (চাহ বাগিচাকে ধৰি), দোকান, বাণিজ্যিক প্ৰতিষ্ঠান, বিনোদন, বেংক, ঠিকাদাৰ প্ৰতিষ্ঠান আৰু অন্যান্য উদ্যোগত ১৩ নৱেম্বৰ ২০২৪ তাৰিখটো পেইড হলিডে হিচাপে ঘোষণা কৰিছে।
ঢোলাই (SC) ১.
ছিদলী (এছ টি) ২.
৩/ বঙাইগাঁও
৪/ বেহালী
৫.সমাগুৰি