চাহ জনগোষ্ঠীৰ কবিতা সংকলন প্ৰকাশৰ প্ৰস্তুতি |

সুচনা – চাহ জনগোষ্ঠীৰ কবিতা সংকলন প্ৰকাশৰ প্ৰস্তুতি ।অসম সাহিত্য সভাৰ চাহ জনগোষ্ঠী ভাষা-সাহিত্য-সংস্কৃতি বিকাশ উপ-সমিতিৰ উদ্যোগত, চাহ জনগোষ্ঠীৰ নবীন-প্ৰবীণ কবিসকলৰ কবিতা সংকলন প্ৰকাশৰ বাবে প্ৰস্তুতি চলি আছে। চাহ জনগোষ্ঠীৰ ১৯৪৭ চনৰ আগৰ পৰা বৰ্তমান সময়লৈ বাচি থকা জীৱন্ত আৰু নতুন প্ৰজন্মৰ সকলো কবি বন্ধুসকলক উক্ত সংকলনত অংশ ল’বলৈ বিনম্ৰ আহ্বান জনোৱা হৈছে। ✍ আপোনাৰ…

Read More

ৰুপজ্যোতি কুৰ্মিৰ জন্মদিন উপলক্ষে অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ উদযাপন, সামাজিক মাধ্যমত শুভেচ্ছাৰ বন্যা

24th JULY 2025 || অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ পক্ষৰ পৰা জনপ্ৰিয় নেতা ৰুপজ্যোতি কুৰ্মিৰ জন্মদিন উদযাপন কৰা হৈছে। উপলক্ষ্যত বহু অনুৰাগীয়ে সামাজিক মাধ্যমত শুভেচ্ছা জ্ঞাপন কৰিছে। অনুষ্ঠানত বিভিন্ন চাহ বাগিচাৰ কামকৰোঁতা আৰু ছাত্ৰ-ছাত্ৰীয়েও যোগদান কৰিছিল। জনসাধাৰণে আশা প্ৰকাশ কৰিছে, আগন্তুক দিনবোৰত ৰুপজ্যোতি কুৰ্মিয়ে অসমৰ উন্নয়ন, শিক্ষাৰ ক্ষেত্ৰত আৰু চাহ জনগোষ্ঠীৰ অধিকাৰৰ সুৰক্ষাৰ বাবে আগবাঢ়ি…

Read More