AASAAA : সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা), ঢেকিয়াজুলি আৰু বৰছলা আঞ্চলিক সমিতি উদ্যোগত আৰু জোৰাদিয়া প্রাথমিক সমিতি ও স্থানীয় ৰাইজৰ সহযোগত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৪৯ সংখ্যক জন্ম জয়ন্তী তথা জনজাতীয় গৌৰৱ দিৱস হিচাপে দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ১৪,১৫ নবেম্বৰ, ২০২৪ বৃহস্পতি আৰু শুক্রবাৰে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে শ্বহীদ নগৰী ঢেকিয়াজুলি অঞ্চলৰ যোৰাদিয়া খেলপথাৰ প্রাঙ্গণত উদ্যাপন কৰিছে।
Birth Aniversary of Birsa Munda
The 149th birth anniversary of National Martyr Birsa Munda and Tribal Pride Day will be celebrated on Thursday, November 14, 15, 2024 with the support of Joradia Primary Committee and local people The city of Dhekiajuli and Tea Tribes has been celebrating the 10th anniversary of the martyrs’ anniversary on Friday.