ATTSA : জনজাতিকৰণৰ মৰ্য্যদা দাবীত মটৰ চাইকেল ৰেলী ।

অহা ১৪ নৱেম্বৰ ২০২৪, তাৰিখে অসম চাহ জনজাতি ছাত্র সন্থা (আচ্ছা) আৰু সদৌ টাই আহোম ছাত্র সন্থা (আটাছু) তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিৰ যৌথ উদ্যোগত চাহ জনগোষ্ঠী আৰু টাই আহোম সকলক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদানৰ দাবীত পুৱা ৯.০০ বজাৰ পৰা মটৰ চাইকেল ৰেলী তালাপ বালিবজাৰৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ পানীতোলা লৈকে ।

Attsa
The 14th November 2024, the Assam Tea Tribes Students’ Association (ATTSA) and the All Tai Ahom Students’ Union (ATASU) Tinsukia and Dibrugarh District Committees jointly organized a motorcycle rally in Talap from 9.00 am demanding tribal status for the tea tribes and Tai Ahom From Balibazar via NH-37 to Panitola.

Leave a Reply