ৰুপজ্যোতি কুৰ্মিৰ জন্মদিন উপলক্ষে অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ উদযাপন, সামাজিক মাধ্যমত শুভেচ্ছাৰ বন্যা

24th JULY 2025 || অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ পক্ষৰ পৰা জনপ্ৰিয় নেতা ৰুপজ্যোতি কুৰ্মিৰ জন্মদিন উদযাপন কৰা হৈছে। উপলক্ষ্যত বহু অনুৰাগীয়ে সামাজিক মাধ্যমত শুভেচ্ছা জ্ঞাপন কৰিছে। অনুষ্ঠানত বিভিন্ন চাহ বাগিচাৰ কামকৰোঁতা আৰু ছাত্ৰ-ছাত্ৰীয়েও যোগদান কৰিছিল।
জনসাধাৰণে আশা প্ৰকাশ কৰিছে, আগন্তুক দিনবোৰত ৰুপজ্যোতি কুৰ্মিয়ে অসমৰ উন্নয়ন, শিক্ষাৰ ক্ষেত্ৰত আৰু চাহ জনগোষ্ঠীৰ অধিকাৰৰ সুৰক্ষাৰ বাবে আগবাঢ়ি যাব।
এই তথ্য অৰ্জন কৰিছে অসমৰ চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ পক্ষৰ পৰা।