কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন।

WhatsApp Image 2024 11 09 at 11.28.08 AM

KALIABOR : অহা ৮ আৰু ৯ নৱেম্বৰ, ২০২৪ তাৰিখে কলিয়াবৰ ৰ শ্বহীদ স্মৃতি স্তম্ভ প্রাঙ্গনত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত কলিয়াবৰবাসী ৰাইজৰ সহযোগত শ্বহীদ দিৱস উদযাপন। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শ্রী উৎপল শর্মা সভাপতি, সদৌ অসম ছাত্র সন্থা ।

৮ নৱেম্বৰ,২০২৪ তাৰিখে শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী ৩৮ সংখ্যক সদৌ অসম একাঙ্কিকা নাট প্রতিযোগিতা আৰু ৩৬ সংখ্যক সদৌ অসম মাৰাথন দৌৰ প্ৰতিযোগিতা আয়োজন কৰিছে । ৯ নৱেম্বৰ, ২০২৪ তাৰিখে পতাকা উত্তোলন, শ্বহীদ তর্পন, সর্বধর্মীয় প্রার্থনা, স্মৃতিচাৰণ সভা, সম্বর্ধনা অনুষ্ঠান, অসমৰ ভাষা, মাধ্যম, খাদ্য আৰু অস্তিত্ব ৰক্ষা আন্দোলনৰ জাতীয় শ্বহীদসকলৰ সোঁৱৰণত ৮৬০ গছি বন্তি প্রজ্জ্বলন, সাংস্কৃতিক অনুষ্ঠান।

On 8th and 9th November, 2024, the Martyrs’ Day will be celebrated at the Martyrs’ Memorial Stall premises in Kaliabar.The chief guest will be Mr. Utpal Sharma, President, Sadao Assam Chhatra Sangha.

The 38th All Assam Drama Competition and the 36th All Assam Marathon Running Competition are being held on 8th November,2.On November 9, 2024, flag hosting, martyrs’ tarpan, inter-religious prayers, memorial service, reception, lighting of 860 lanterns in memory of the national martyrs of the language, media, food and survival movement of Assam, cultural programmes.

On 8th and 9th November 2024 the Martyrs Day will be celebrated at the Martyrs Memorial Stall premises in Kaliabar.The chief guest will be Mr. Utpal Sharma President Sadao Assam Chhatra Sang

Leave a Reply