চাহ জনগোষ্ঠীৰ কবিতা সংকলন প্ৰকাশৰ প্ৰস্তুতি |
সুচনা – চাহ জনগোষ্ঠীৰ কবিতা সংকলন প্ৰকাশৰ প্ৰস্তুতি ।
অসম সাহিত্য সভাৰ চাহ জনগোষ্ঠী ভাষা-সাহিত্য-সংস্কৃতি বিকাশ উপ-সমিতিৰ উদ্যোগত, চাহ জনগোষ্ঠীৰ নবীন-প্ৰবীণ কবিসকলৰ কবিতা সংকলন প্ৰকাশৰ বাবে প্ৰস্তুতি চলি আছে।
চাহ জনগোষ্ঠীৰ ১৯৪৭ চনৰ আগৰ পৰা বৰ্তমান সময়লৈ বাচি থকা জীৱন্ত আৰু নতুন প্ৰজন্মৰ সকলো কবি বন্ধুসকলক উক্ত সংকলনত অংশ ল’বলৈ বিনম্ৰ আহ্বান জনোৱা হৈছে।
✍ আপোনাৰ কবিতা পঠিয়াবৰ অন্তিম তাৰিখ: ৩০ ছেপ্টেম্বৰ ২০২৫
📩 কবিতা পঠিয়াবৰ ঠিকনা:
মৰমী চাহ
📱 7086825434
📧 moromisahu56@gmail.com
বিতোপন মাজি
📱 9954356346
📧 mazeebitupan2021@gmail.com
আহক, আমাৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ প্ৰতিনিধিত্ব কৰি এই ইতিহাসমূলক সংকলনত আপোনাৰ মূল্যবান সৃষ্টিসমূহে স্থান পাওক।


我来看看是咋么回事
Thanks